মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী বঁটা

লোক প্ৰশাসন ২০১৭ ত উৎকৃষ্টতাৰ বাবে মুখ্যমন্ত্ৰীৰ বঁটা

মুখ্যমন্ত্ৰী বঁটা ২০১৭ তলত দিয়া বৰ্গসমূহত প্ৰদান কৰা হয়:

  1. ই-প্ৰশাসন উদ্যোগ।
  2. চৰকাৰৰ সৰ্বোৎকৃষ্ট নীতিৰ প্ৰতিৰূপ।
  3. কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনি আৰু কাৰ্য্যক্ৰমসমূহৰ সুদক্ষ আৰু স্বচ্ছ ৰূপত সম্পাদনৰ বাবে নতুন উদ্যোগ আৰু সৃষ্টিশীল পদক্ষেপ গ্ৰহণ।

২২ টা এনে আবেদনৰ ভিতৰত ১১ টা বিভাগ/জিলাই পুৰস্কাৰ লাভ কৰিছে।

ই-প্ৰশাসনৰ প্ৰাথমিক পদক্ষেপসমূহ

২) শ্ৰী পল্লৱ গোপাল ঝা,আইএএচ,ভাৰপ্ৰাপ্ত উপায়ুক্ত, বিশ্বনাথ, অসম ৩) ড° নাৰায়ন উপাধ্যায়,SDM& HO (HQ) ৪) ড° যোগেন চন্দ্ৰ বে,SMDO,বিহালী PHC ৫) ড° বি.এন.শৰ্মা,শিশু বিশেষজ্ঞ ৬) ৰাজেন্দ্ৰ বৰুৱা,মহকুমা অভিযন্তা,ভাৰত সঞ্চাৰ নিগম লিমিটেড,বিশ্বনাথ চাৰিআলি ৭) শ্ৰীমতী অঞ্জু বৰা,CDPO, সাকোমথা ৮) শ্ৰী পি.পি.পাঠক,মহকুমা অভিযন্তা,ভাৰত সঞ্চাৰ নিগম লিমিটেড, বিশ্বনাথ চাৰিআলি ৯)শ্ৰী সুনীল পেগু,AGM,APDCL, বিশ্বনাথ চাৰিআলি ১০)শ্ৰী ভৱেন কুমাৰ,বিশ্বনাথ চাৰিআলি ১১)শ্ৰী ধীৰাজ শৰ্মা,M/S সমীৰণ চাহ উদ্যোগ,নিজ-বাঘমাৰী ১২)শ্ৰী মিথিসৰ বসুমতাৰী, অৰুণোদয় কেন্দ্ৰ, তিনিছুটী. ১৩)শ্ৰী ভাৰত কাটোৱাল, অধ্যক্ষ, তিনিছুটী গাওঁ পঞ্চায়ত

ক্ৰমাংকপুৰস্কাৰবিভাগ/
জিলা
প্ৰকল্পদল
প্ৰথম পুৰস্কাৰউপায়ুক্ত,কাছাৰMGNREGA Project Monitoring Mobile Application১) এচ.বিশ্বনাথন, আইএএছ, উপায়ুক্ত, কাছাৰ
২) শ্ৰীমতী দীপশিখা দে, এচিএছ,প্ৰকল্প সঞ্চালক, DRDA, কাছাৰ
৩) শ্ৰী মাধৱ ৰয়,APO,নিৰীক্ষণ,DRDA, কাছাৰ
৪) শ্ৰী কুমাৰিজিথ নন্দী চৌধুৰী,নেটৱৰ্ক অভিযন্তা,NIC,কাছাৰ
দ্বিতীয় পুৰস্কাৰউপায়ুক্ত,
কোকৰাঝাৰ
কোকৰাঝাৰ জিলাত ই-প্ৰশাসন১) শ্ৰী মাধৱ প্ৰসাদ শৰ্মা,এচিএচ, উপায়ুক্ত,কোকৰাঝাৰ
২) শ্ৰীমতী জলী দাস বৰ্মন, এচিএচ, অতিৰিক্ত উপায়ুক্ত,কোকৰাঝাৰ
৩) মুশ্বাৰফ হুছেইন, e-Disrtict প্ৰকল্প ব্যৱস্থাপক, এমট্ৰন
৪) শ্ৰী ফুংখা নাৰ্জাৰী,জিলা প্ৰকল্প ব্যৱস্থাপক, মেধাসু
তৃতীয় পুৰস্কাৰভাৰপ্ৰাপ্ত উপায়ুক্ত, বিশ্বনাথসাকোঁমেথা খণ্ডত E-Clinic

চৰকাৰৰ সৰ্বোৎকৃষ্ট নীতিৰ প্ৰতিৰূপ

ক্ৰমিক নংপুৰস্কাৰবিভাগ/
জিলা
প্ৰকল্পদল
প্ৰথম পুৰস্কাৰপ্ৰশাসনিক সংশোধনসঁহাৰি-নাগৰিকৰ অধিকাৰৰ প্ৰতি সঁহাৰি জনোৱা এক চৰকাৰী উদ্যোগ(১) শ্ৰী ৰাজীৱ কুমাৰ বৰা, আই এ এছ, অতিৰিক্ত চি এছ ডব্লিউ পি টি এণ্ড বি চি আৰু ভূমি সংৰক্ষণ, শক্তি বিভাগ আৰু অধ্যক্ষ, এছ এল এন এ, অসম
(২) ড° ওম প্ৰকাশ, আই এ এছ, ডেপুটি আয়ুক্ত, নলবাৰী, অসম
(৩) শ্ৰী এ ডি ভূঞা, এ চি এছ, অতিৰিক্ত সচিব, পাৰশ্যন্যাল ডিপাৰ্টমেণ্ট
(৪) শ্ৰী ইউ হাজৰিকা, আই এ এছ, অতিৰিক্ত সচিব, প্ৰশাসনিক সংশোধন আৰু প্ৰশিক্ষণ, পাৰশ্যন্যাল (বি), পৰিৱেশ আৰু বন, বিত্তীয় বিভাগ
(৫) শ্ৰী জে ভি এন শুব্ৰমন্যম, আই এ এছ, ডেপুটি আয়ুক্ত, গোৱালপাৰা, অসম
(৬) শ্ৰী শুভজিৎ পল, জ্যেষ্ঠ সহায়ক, প্ৰশাসনিক সংশোধন আৰু প্ৰশিক্ষণ বিভাগ
দ্বিতীয় পুৰস্কাৰমিশ্যন সঞ্চালক, সৰ্বশিক্ষা অভিযানঅসমৰ প্ৰাথমিক শিক্ষাত থকা তথ্য আসোঁৱাহসমূহ আৰু সেইসমূহৰ প্ৰতিকাৰ(১) অৰুণা ৰজৰীয়া, আই এ এছ, সচিব, পৰিকল্পনা আৰু উন্নয়ন আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম
(২) ৰাজশ্ৰী শইকীয়া, পদ্ধতি বিশ্লেষক
(৩) তুষাৰ গোস্বামী, এছ পি অ’, পৰিকল্পনা
 তৃতীয় পুৰস্কাৰগুৱাহাটী পৌৰ নিগমবেচৰকাৰী সংস্থাসমূহৰ সহযোগত আৰু সৰ্বোৎকৃষ্ট অভ্যাস গঢ়ি তুলি গুৱাহাটীত গোটা আৱৰ্জনা ব্যৱস্থাপনা দিশৰ উন্নয়ন সাধন১)শ্ৰী এছ বিশ্বনাথন, আই এ এছ, আয়ুক্ত, গুৱাহাটী পৌৰ নিগম
(২) দয়াৰাম ৰাজবংশী, অতিৰিক্ত আয়ুক্ত, গুৱাহাটী পৌৰ নিগম
(৩) দীপক কাকতি, ই ই প্ৰকল্প কোষ, গুৱাহাটী পৌৰ নিগম
(৪) সন্তোষ বিশ্বাস, প্ৰকল্প অভিযন্তা, গুৱাহাটী পৌৰ নিগম
 তৃতীয় পুৰস্কাৰডেপুটি আয়ুক্ত, যোৰহাটগোটা আৰু জুলীয়া সম্পদ ব্যৱস্থাপনা কেন্দ্ৰ, কচুখাট জি পি(১) শ্ৰী ভি ভি সোলাংকি, আই এ এছ, সচিব, মুখ্যমন্ত্ৰী সচিবালয়, অসম
(২) শ্ৰীমতী ৰোশনী অপৰঞ্জী কোৰাটি, আই এ এছ, পি ডি, ডি আৰ ডি এ, যোৰহাট, অসম
(৩) শ্ৰী দিলীপ কাকতি, এছ ডি অ, পি এইছ ই বিভাগ

নতুন উদ্যোগ/কেন্দ্ৰ আৰু ৰাজ্যৰ আঁচনি/কাৰ্য্যক্ৰমসমূহ সুদক্ষ আৰু স্বচ্ছ ৰূপত সম্পাদন কৰিবলৈ এক সৃষ্টিশীল পদক্ষেপ

ক্ৰমিক সংখ্যাপুৰস্কাৰবিভাগ/
জিলা
প্ৰকল্পদল
প্ৰথম পুৰস্কাৰডেপুটি আয়ুক্ত, শিৱসাগৰমৈত্ৰী-এক জ্ঞান যাত্ৰা(১) শ্ৰী পি কে বৰঠাকুৰ, আই এ এছ, অধ্যক্ষ সচিব, শিক্ষা বিভাগ
(২) শ্ৰী আৰ চি জৈন, আই এ এছ, সচিব, শিক্ষা বিভাগ
(৩) শ্ৰী বীৰেন্দ্ৰ মিট্টাল, আই এ এছ, ডি চি, যোৰহাট
(৪) শ্ৰী অভিজিত বৰুৱা, এ চি এছ, ডি ডি চি, শিৱসাগৰ
(৫) শ্ৰী প্ৰবীণ কুমাৰ শৰ্মা, বিদ্যালয় পৰিদৰ্শক
দ্বিতীয় পুৰস্কাৰনগাওঁ জিলাঅসমৰ নগাওঁ জিলাত পুষ্টিহীনতা আৰু পাঁচ বছৰ বয়সৰ তলৰ বয়সত মৃত্যু হোৱা অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম(১) ড° পি অশোক বাবু, আই এ এছ
(২) শ্ৰী পি জে মাৰাল, ডি আই অ’, এন আই চি, নগাওঁ
(৩) শ্ৰীমতী প্ৰমিলা কন্দলী, ডিভিজন্যাল প্ৰগ্ৰেম অফিচাৰ, নগাওঁ
(৪) শ্ৰীমতী কিশোৰী বৰুৱা, জিলা সমাজকল্যাণ বিষয়া, মেট্ৰ’
 তৃতীয় পুৰস্কাৰডেপুটি আয়ুক্ত, মৰিগাওঁহিলৈখুন্দা পি ডব্লিউ ডি পথৰ পৰা চনকা গাঁৱলৈ সকলো বতৰৰ উপযোগীকৈ পাহাৰীয়া পথ নিৰ্মাণ(১) শ্ৰী ৰাজেশ কুমাৰ, আই এ এছ
(২) শ্ৰী সুব্ৰত ৰয় বৰ্ধন, এ চি এছ
(৩) শ্ৰী বিদ্যুত বৰা, কাৰ্য্যসূচী বিষয়া, মায়ং উন্নয়ন খণ্ড
(৪) শ্ৰী মুকুল হাজৰিকা, হিচাপ ৰক্ষক, ডি আৰ ডি এ
(৫) চাহাব উদ্দিন, মিশ্যন পৰিচালক
(৬) হাছান আলী, জে ই, মায়ং উন্নয়ন খণ্ড
(৭) ইফটিকাৰ হুছেইন, জি পি, সচিব
 তৃতীয় পুৰস্কাৰউপায়ুক্ত, তিনিচুকীয়ামডেল অংগনৱাড়ী কেন্দ্ৰ১)শ্ৰী পুৰু গুপ্তা, আইএএচ
২) শ্ৰীমতী পূৰবী গগৈ, এচিএচ, SDO(S) তিনিচুকীয়া
৩) শ্ৰীমতী ৰেণুমণি দেৱী,DSWO
৪) সাৰাং থাকৰে, PMRDF
৫) কুকেশ্বৰ তালুকদাৰ, CDPO, গুইযাঁন
৬) চন্দনা শইকীয়া, তত্ত্বাৱধায়ক
৭) ডেইজী শইকীয়া, AW
৮) মীনাক্ষী নিৰ্মল্য,AW helper CSR contributors.
৯) দেবেন সিং, অধ্যক্ষ,AIMO Tea division
১০) বিকাশ আগৰৱালা,GS, AIMO.

পুৰস্কাৰসমূহৰ বাবে আবেদন কৰিবৰ বাবে, ক্লিক কৰক।.

লোক প্ৰশাসন ২০১৭ ৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা

প্ৰধামনন্ত্ৰীৰ বঁটা ২০১৭ বাবে মুঠ ৫৯৯ খন জিলাই অংশগ্ৰহণ কৰিছিল। প্ৰশাসনীয় সংশোধন আৰু লোক অভিযোগ বিভাগে যুৱ বিষয়াসকলৰ বাবে এখনি মঞ্চ আগবঢ়ায় য’ত চাৰিটা batch (২০১৩-২০১৬) ৰ ৬১৫ গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াই প্ৰায় ২০০০ ঘণ্টা সময় খৰচ কৰি এই মঞ্চত তেওঁলোকৰ অৱদান আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে ১২ টা পুৰস্কাৰ আগবঢ়াইছে ইয়াৰে ১০ টা পঞ্চ প্ৰাথমিক কাৰ্য্যক্ৰমৰ অধীনত আৰু দুটা innovation শ্ৰেণীৰ। এই পুৰস্কাৰসমূহ তিনিটা ভাগত প্ৰদান কৰা হয়। ইয়াৰ প্ৰথম ভাগত আঠখন উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক অন্তৰ্ভুক্ত কৰা হয় আৰু তিনিখন পাৰ্বত্য ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰ অন্তৰ্ভুক্ত কৰা হয়। দ্বিতীয় ভাগত সাতখন কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু তৃতীয় ভাগত ১৮ খন ৰাজ্য অন্তৰ্ভুক্ত কৰা হয়।

নতুন শাখাসমূহ

  1. চত্তিচগড়ৰ ডাণ্টেৱাৰা ৰাজ্যক ‘নগদ বিহীন গাওঁ পালনাৰ’ৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয়।
  2. ‘চোলাৰ উৰ্জা লেম্প আঁচনি’ উদ্যোগৰ বাবে ৰাজস্থানৰ ডুংগৰপুৰ জিলাক পুৰস্কাৰ প্ৰদান কৰা হয়।

অগ্ৰাধিকাৰ কাৰ্যসূচী

  1. উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম ৰাজ্যৰ ছিয়াহা জিলাক পাৰ্বত্য ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয় (প্ৰধানমন্ত্ৰী কৃষি সঞ্চয়ী যোজনা)
  2. গুজৰাটৰ বানসকন্থ জিলাক অন্যান্য ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয় (প্ৰধানমন্ত্ৰী কৃষি সঞ্চয়ী যোজনা)
  3. উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ গোমতী জিলাক পাৰ্বত্য জিলাৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয়। (প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা)
  4. মহাৰাষ্ট্ৰৰ জালনা জিলাক অন্যান্য জিলাৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয় (প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা)
  5. হিমাচল প্ৰদেশৰ ছোলান জিলাক পাৰ্বত্য জিলাৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয়
  6. তেলেংগানা ৰাজ্যৰ নিজামাবাদক অন্যান্য ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয় (ই-নেশ্যন্যাল এগ্ৰিকালচাৰ মাৰ্কেট)
  7. অসমৰ শিৱসাগৰ জিলাক পাৰ্বত্য ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয়
  8. বিহাৰৰ নালন্দা জিলাক অন্যান্য ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয়। (দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা)
  9. গুজৰাট ৰাজ্যক ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয়। (ষ্টাৰ্ট-আপ ইণ্ডিয়া)
  10. আন্দামান আৰু নিকোবৰ দ্বীপৰ উত্তৰ আৰু মধ্যম আন্দামানক কেন্দ্ৰীয় শাসিত ৰাজ্যৰ শ্ৰেণীত পুৰস্কাৰ প্ৰদান কৰা হয়। (ষ্টেণ্ড-আপ ইণ্ডিয়া)

প্ৰধানমন্ত্ৰী বঁটা-২০১৮ ৰ পঞ্জীয়ন কৰিবৰ বাবে, ইয়াত ক্লিক কৰক।